অসমতো ৰন্ধন গেছৰ নাটনি
অসমতো ৰন্ধন গেছৰ নাটনি।
অসমতো ৰন্ধন গেছৰ নাটনি


গোলাঘাট, ২৫ মাৰ্চ (হি.স.):সমগ্ৰ ভাৰতবর্ষৰ লগতে অসমতো ৰন্ধন গেছৰ নাটনি পৰিলক্ষিত হৈছে । সমান্তলাৰকৈ পেট্ৰল বা ডিজেলৰ নাটনি হোৱাৰ সংকেত পোৱা গৈছে । মধ্যপ্ৰাচ্যৰ যুদ্ধৰ পৰিণতি হব পাৰে এই নাটনি।

ইতিমধ্যে জানিব পৰা মতে যোৰহাটত কিছু সংখ্যক পেট্ৰল পাম্পত তলা লাগিছে তেলৰ অভাৱত । সমস্যাত পৰিব পাৰে সাধাৰণ ৰাইজৰ লগতে যান বাহন গৰাকী সকল । হয়তো ইন্ধনৰ অভাৱত অচল হৈ পৰিব পাৰে বাহন সমূহ ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande