ৰহাৰ হাৰিয়াপাৰ হগলতলিত মৃতদেহ উদ্ধাৰ
নগাঁও, ২৪ মাৰ্চ (হি.স.)। নগাঁও জিলাৰ ৰহাৰ হাৰিয়াপাৰ হগলতলিত এটি মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃতদেহটো মোবাৰক আলী নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হৈছে। নিজ ঘৰৰ চৌহদতে উদ্ধাৰ কৰা হয় মোবাৰকৰ মৃতদেহ। ইফালে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লে
ৰহাৰ হাৰিয়াপাৰ হগলতলিত মৃতদেহ উদ্ধাৰ


নগাঁও, ২৪ মাৰ্চ (হি.স.)। নগাঁও জিলাৰ ৰহাৰ হাৰিয়াপাৰ হগলতলিত এটি মৃতদেহ উদ্ধাৰ কৰা হৈছে । মৃতদেহটো মোবাৰক আলী নামৰ লোকজনৰ বুলি চিনাক্ত কৰা হৈছে। নিজ ঘৰৰ চৌহদতে উদ্ধাৰ কৰা হয় মোবাৰকৰ মৃতদেহ।

ইফালে এইয়া এক হত্যাকাণ্ড বুলি সন্দেহ কৰিছে পৰিয়ালৰ লোকসকলে । নিশা কোনো দুৰ্বৃত্তই মোবাৰকক হত্যা কৰি যোৱা বুলি সন্দেহ কৰে আত্মীয় লোকসকলে ।

ইতিমধ্যে ঘটনাস্থলীত উপস্থিত হৈছে ৰহা আৰক্ষী।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande