বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসক আগতীয়াকৈ অভিনন্দন জনালে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই
গোলাঘাট, ২৪ মাৰ্চ (হি.স.)। বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসক আগতীয়াকৈ অভিনন্দন জনালে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। ইতিমধ্যেই অগপ প্ৰাৰ্থী গৰাকীয়ে ফোনযোগে কংগ্ৰেছৰ মনোনয়ন বাতিল হোৱা আৰু অগপৰ নিশ্চিত জয়ৰ কথা অৱগত কৰিছে অতুল বৰাক । শিৱসাগৰৰ
বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসক আগতীয়াকৈ অভিনন্দন জনালে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই


গোলাঘাট, ২৪ মাৰ্চ (হি.স.)। বৰপেটাৰ অগপ প্ৰাৰ্থী দীপক কুমাৰ দাসক আগতীয়াকৈ অভিনন্দন জনালে অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই। ইতিমধ্যেই অগপ প্ৰাৰ্থী গৰাকীয়ে ফোনযোগে কংগ্ৰেছৰ মনোনয়ন বাতিল হোৱা আৰু অগপৰ নিশ্চিত জয়ৰ কথা অৱগত কৰিছে অতুল বৰাক । শিৱসাগৰৰ সকলোৰে ভালৰ বাবেই কৰা হৈছে বন্ধুত্বমূলক প্ৰতিদ্বন্দিতা ।

যি হ'ব ভালেই ভালেই হ'ব শিৱসাগৰত । বোকাখাত সমষ্টিত নিৰ্বাচনী সভাত অংশগ্ৰহন কৰিব বিজেপিৰ কেন্দ্ৰীয় সভাপতি নীতিন নবীনে । বোকাখাত সমষ্টিত অতুল বৰাই ৰাইজৰ আশাপ্ৰদক সঁহাৰি পোৱাৰ কৰিছে আশা । কাজিৰঙাৰ ৰজা খ্যাত জীতনে গগৈক লৈও চিন্তিত নহয় অতুল বৰা । বোকাখাত সমষ্টিৰ বাদুলিপাৰত এক বিশেষ অনুষ্ঠানত অংশগ্ৰহণ কৰি এই মন্তব্য অগপ সভাপতি গৰাকীৰ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande