কৰ্ণাটকৰ উপ-নিৰ্বাচনৰ বাবে কংগ্ৰেছৰ দুজন প্ৰাৰ্থীৰ নাম ঘোষণা
নতুন দিল্লী, ২২ মাৰ্চ (হি.স.)। কংগ্ৰেছ দলে আগন্তুক কৰ্ণাটক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে দুজন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰাৰ্থীৰ নামত অনুমোদন জনায়। দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে সদৰি কৰামতে বগলকোট (২৪) ব
कांग्रेस पार्टी


নতুন দিল্লী, ২২ মাৰ্চ (হি.স.)। কংগ্ৰেছ দলে আগন্তুক কৰ্ণাটক বিধানসভাৰ উপ-নিৰ্বাচনৰ বাবে দুজন প্ৰাৰ্থীৰ তালিকা প্ৰকাশ কৰিছে। দলৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেয়ে প্ৰাৰ্থীৰ নামত অনুমোদন জনায়।

দলৰ সাধাৰণ সম্পাদক কে চি ভেনুগোপালে সদৰি কৰামতে বগলকোট (২৪) বিধানসভাৰ আসনৰ বাবে উমেশ মেটিক মনোনীত কৰাৰ বিপৰীতে সামৰ্থ মল্লিকাৰ্জুনক দাৱনগেৰে দক্ষিণ (১০৭) আসনৰ বাবে টিকট দিয়া হৈছে ।

কৰ্ণাটকৰ এই দুখন আসনৰ উপ-নিৰ্বাচন অহা ৯ এপ্ৰিলত অনুষ্ঠিত হ’ব।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande