৩০ নং হাজো-শুৱালকুছি সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰʼজি আহমেদ
কামৰূপ, ২২ মাৰ্চ (হি.স.)। ৩০ নং হাজো-শুৱালকুছি সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰʼজি আহমেদ l ৰʼজি আহমেদ দুলু আহমেদৰ পত্নী। ৰʼজি আহমেদৰ বিবাহৰ পূৰ্বে নাম আছিল ফুনু দাস l পত্নীক হাজো -শুৱালকুছি সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াত চম
৩০ নং হাজো-শুৱালকুছি সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰʼজি আহমেদ


কামৰূপ, ২২ মাৰ্চ (হি.স.)। ৩০ নং হাজো-শুৱালকুছি সমষ্টিত তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থী ৰʼজি আহমেদ l

ৰʼজি আহমেদ দুলু আহমেদৰ পত্নী।

ৰʼজি আহমেদৰ বিবাহৰ পূৰ্বে নাম আছিল ফুনু দাস l পত্নীক হাজো -শুৱালকুছি সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছে প্ৰাৰ্থিত্ব দিয়াত চমৰীয়া সমষ্টিৰ পৰা নিজৰ টিকট প্ৰত্যাহাৰ কৰিছে দুলু আহমেদে l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande