গৌৰীপুৰ বিধানসভা সমষ্টিত আবুল মিঞাক ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে উৎফুল্লিত দলীয় কৰ্মী
ধুবুৰী, ২০ মাৰ্চ (হি.স.)। গৌৰীপুৰত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বন্ধুত্ব মূলক প্ৰাৰ্থী আবুল মিঞাৰ প্রথমটো প্ৰতিক্ৰিয়া। গৌৰীপুৰ বিধানসভা সমষ্টিত আবুল মিঞাক ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে উৎফুল্লিত দলীয় কৰ্মী। গৌৰীপুৰত ৰাইজৰ দলৰ শুভাকাংক্ষী সকলে
গৌৰীপুৰ বিধানসভা সমষ্টিত আবুল মিঞাক ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে উৎফুল্লিত দলীয় কৰ্মী


ধুবুৰী, ২০ মাৰ্চ (হি.স.)। গৌৰীপুৰত কংগ্ৰেছ আৰু ৰাইজৰ দলৰ বন্ধুত্ব মূলক প্ৰাৰ্থী আবুল মিঞাৰ প্রথমটো প্ৰতিক্ৰিয়া। গৌৰীপুৰ বিধানসভা সমষ্টিত আবুল মিঞাক ৰাইজৰ দলৰ পৰা প্ৰাৰ্থীত্ব প্ৰদানৰ পিছতে উৎফুল্লিত দলীয় কৰ্মী।

গৌৰীপুৰত ৰাইজৰ দলৰ শুভাকাংক্ষী সকলে আবুল মিঞাক উষ্ম আদৰণি জনায় ।ৰাইজৰ দলৰ দলীয় টিকেট লাভ কৰি অখিল গগৈক ধন্যবাদ জনায় আবুল মিঞাই। লগতে গৌৰীপুৰ সমষ্টিত এইবেলি ভোটাৰে বিপুল ভোটত জয়লাভ কৰাব বুলি আশ্বাস প্ৰদান কৰে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande