শিৱসাগৰত বিধায়ক অখিল গগৈৰ হজযাত্ৰী সকলৰ সুবিধাৰ বাবে সামূহিক কেন্দ্ৰৰ শিলন্যাস
শিৱসাগৰ,০২মাৰ্চ (হি.স.)। মিত্ৰতাৰ দোমোজাৰ মাজতে শিৱসাগৰত বিধায়ক অখিল গগৈৰ কাৰ্যসূচী । বিধায়ক উন্নয়ন পূঁজিৰে উজনি অসমৰ হজযাত্ৰী সকলৰ সুবিধাৰ বাবে শিৱসাগৰত সামূহিক কেন্দ্ৰৰ শিলন্যাস কৰিলে বিধায়ক অখিল গগৈয়ে। বিধায়ক উন্নয়ন পূঁজিৰ ৩ লাখ টকা অনুদান আ
শিৱসাগৰত বিধায়ক অখিল গগৈৰ হজযাত্ৰী সকলৰ সুবিধাৰ বাবে সামূহিক কেন্দ্ৰৰ শিলন্যাস


শিৱসাগৰ,০২মাৰ্চ (হি.স.)। মিত্ৰতাৰ দোমোজাৰ মাজতে শিৱসাগৰত বিধায়ক অখিল গগৈৰ কাৰ্যসূচী । বিধায়ক উন্নয়ন পূঁজিৰে উজনি অসমৰ হজযাত্ৰী সকলৰ সুবিধাৰ বাবে শিৱসাগৰত সামূহিক কেন্দ্ৰৰ শিলন্যাস কৰিলে বিধায়ক অখিল গগৈয়ে। বিধায়ক উন্নয়ন পূঁজিৰ ৩ লাখ টকা অনুদান আগবঢ়ালে অখিল গগৈয়ে। শিৱসাগৰ ৰংপুৰজ্যোতি ক্লাৱৰ এক অনুষ্ঠান অনুষ্ঠিত হয়।

সামূহিক কেন্দ্ৰই উজনি অসমৰ হজযাত্ৰী সকলৰ দীৰ্ঘদিনীয়া অভাৱ পূৰণ কৰিব। উল্লেখযোগ্য যে উক্ত ভৱন টোৰ পৰা হজৰ লগতে বিভিন্ন ধৰ্মীয় কাম কাজ পৰিচালিত হব।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande