
মানকাচৰ, ০২ মাৰ্চ (হি.স.)। অসমৰ ক্ষুদ্ৰ ব্যৱসায়ী আৰু শ্ৰমিক সকলোক মেঘালয়ত নিৰ্যাতন চলোৱাৰ অভিযোগ উত্থাপন পৰি হাটশিঙিমাৰীত প্ৰতিবাদ ৷
দক্ষিণ শালমাৰা মানকাচৰ জিলা ব্যৱসায়িক সন্থা আৰু জিলা শ্ৰমিক সন্থাৰ উদ্যোগ হাটশিঙিমাৰী বিশাল প্ৰতিবাদী কাৰ্য্যসুচী ৰূপায়ণ কৰে ৷ প্ৰতিবাদী কাৰ্য্যসুত অংশগ্ৰহণ কৰে মানকাচৰৰ বিধায়ক আমিনুল ইছলাম, ৰাইজৰ দলৰ মুখ্যপাত্ৰ আনিচুৰ ৰহমান ব্যৱসায়িক সন্থাৰ সভাপতি সম্পাদকে ধৰি দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ বিভিন্ন দল সংগঠনৰ নেতা সকলোৰ লগতে প্ৰায় সহশ্ৰাধিক লোক প্ৰতিবাদী কাৰ্য্যসুচী অংশগ্ৰহণ কৰে
হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা