৯৭নং নাজিৰা বিধান সভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই
শিৱসাগৰ, ১৯মাৰ্চ (হি.স.)। ৯৭নং নাজিৰা বিধান সভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই৷ ময়ূৰ বৰগোহাঁইয়ে বিজপি টিকট লাভ কৰি মুখ্যমন্ত্ৰীক জনালে ধন্যবাদ৷ বিজেপি কৰ্মীয়ে আতচবাজী ফুটাই,বিহু নাচি উৎফুল্লিত ময়ূৰ বৰগোহাঁইৰ বাসগৃহত৷ উন্নয়নৰ বাৰ্তা ল
৯৭নং নাজিৰা বিধান সভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই


শিৱসাগৰ, ১৯মাৰ্চ (হি.স.)। ৯৭নং নাজিৰা বিধান সভা সমষ্টিত বিজেপিৰ মনোনীত প্ৰাৰ্থী ময়ূৰ বৰগোহাঁই৷ ময়ূৰ বৰগোহাঁইয়ে বিজপি টিকট লাভ কৰি মুখ্যমন্ত্ৰীক জনালে ধন্যবাদ৷ বিজেপি কৰ্মীয়ে আতচবাজী ফুটাই,বিহু নাচি উৎফুল্লিত ময়ূৰ বৰগোহাঁইৰ বাসগৃহত৷ উন্নয়নৰ বাৰ্তা লৈ নাজিৰা সমষ্টিৰ ৰাইজৰ মাজলৈ যাব ময়ূৰ বৰগোহাঁই৷

বিৰোধীৰ সমষ্টি হিচাপে খ্যাত নাজিৰা সমষ্টিত এইবাৰ ৰাইজে উন্নয়ন বিচাৰে বুলি মন্তব্য প্ৰদান বিজপিৰ মনোনীত প্ৰাৰ্থী ময়ূৰ বৰগোহাঁইৰ৷ নিৰ্বাচনত তেও ৰাইজৰ পৰা বিপুল সহাৰি লাভ কৰিব বুলি মন্তব্য

। নাজিৰ বিধানসভা সমষ্টিৰ পৰা দিৰ্ঘদিনে কংগ্ৰেছৰ প্ৰাৰ্থী ৰাজ্য়ৰ প্ৰাক্তণ মুখ্য়মন্ত্ৰী প্ৰয়াত হিতেশ্বৰ শইকিয়াৰ পুত্ৰ দেবব্ৰত শইকিয়াই বিজয়ী হৈ আহিছে।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande