ৰঙিয়াত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাক উষ্ম আদৰণি কৰ্মী সমৰ্থকৰ
কামৰূপ, ১৯ মাৰ্চ (হি.স.)। ৰঙিয়াত বিজেপি প্ৰাৰ্থী তথা বিধায়ক ভৱেশ কলিতাক উষ্ম আদৰণি কৰ্মী সমৰ্থকৰ । ভৱেশ কলিতাই নিজৰ সমষ্টিটোত প্ৰৱেশ কৰাৰ লগে লগে সহস্ৰাধিক দলীয় কৰ্মীয়ে আদৰি আনে ভৱেশ কলিতাক । তেওঁ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক বিজেপিৰ সভাপতি আৰু
ৰঙিয়াত বিজেপি প্ৰাৰ্থী ভৱেশ কলিতাক উষ্ম আদৰণি কৰ্মী সমৰ্থকৰ


কামৰূপ, ১৯ মাৰ্চ (হি.স.)। ৰঙিয়াত বিজেপি প্ৰাৰ্থী তথা বিধায়ক ভৱেশ কলিতাক উষ্ম আদৰণি কৰ্মী সমৰ্থকৰ । ভৱেশ কলিতাই নিজৰ সমষ্টিটোত প্ৰৱেশ কৰাৰ লগে লগে সহস্ৰাধিক দলীয় কৰ্মীয়ে আদৰি আনে ভৱেশ কলিতাক । তেওঁ ৰাষ্ট্ৰীয় নেতৃত্ব, ৰাজ্যিক বিজেপিৰ সভাপতি আৰু অসমৰ মুখ্যমন্ত্ৰীক আন্তৰিক ধন্যবাদ জনাইছে, কিয়নো তেওঁলোকে তৃতীয়বাৰৰ বাবে ৰঙিয়া সমষ্টিৰ পৰা প্ৰাৰ্থী হিচাপে তেওক মনোনীত কৰি তেওৰ প্ৰতি থকা আস্থা প্ৰকাশ কৰিছে ।

তেওৰ ৰঙিয়া সমষ্টিৰ সামগ্ৰিক উন্নয়নেই হ'ব মূল লক্ষ্য।অনাগত দিনত তেও সমষ্টিটোৰ পৰা বৃহৎ সংখ্য়ক ভোটত বিজয়ী হৈ ৰঙিয়া সমষ্টিত অব্য়াহত থকা বিভিন্ন প্ৰকল্পক অধিক গতি প্ৰদান কৰাত আশাবাদী বুলি সংবাদ মাধ্য়মৰ আগত নিজৰ মনৰ ভাব প্ৰকাশ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande