ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লংকাটো ধুমুহা - বতাহৰ তাণ্ডৱ
হোজাই, ১৭ মাৰ্চ (হি.স.)। ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে লংকাটো ধুমুহা - বতাহৰ তাণ্ডৱ ৷ লংকাৰ ২ নং পিপল পুখুৰী নেপালী বস্থিত ধুমুহাত বিস্তৰ ক্ষতি ৷ নিশা হোৱা প্ৰচণ্ড বতাহ, ধুমুহা আৰু বৰষুণত উৰুৱাই নিলে কেইবাটাও বাসগৃহৰ টিনপাত ৷ অনীল নাথ আৰু শিৱাচীক
ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে লংকাটো ধুমুহা - বতাহৰ তাণ্ডৱ


হোজাই, ১৭ মাৰ্চ (হি.স.)। ৰাজ্য়ৰ বিভিন্ন প্ৰান্তৰ লগতে লংকাটো ধুমুহা - বতাহৰ তাণ্ডৱ ৷ লংকাৰ ২ নং পিপল পুখুৰী নেপালী বস্থিত ধুমুহাত বিস্তৰ ক্ষতি ৷

নিশা হোৱা প্ৰচণ্ড বতাহ, ধুমুহা আৰু বৰষুণত উৰুৱাই নিলে কেইবাটাও বাসগৃহৰ টিনপাত ৷ অনীল নাথ আৰু শিৱাচীক বনীক নামৰ লোক দুজনৰ সকলো সা-সম্পত্তি,ঘৰ আদি বতাহ,ধুমুহাত ক্ষতি সাধন হয় ।

অঞ্চলটোত সৰ্বমুঠ ১০/১২ টাকৈ বাসগৃহ ধুমুহাই তচনচ কৰে ৷ চৰকাৰৰ সহায় বিচাৰি আবেদন জনালে ক্ষতিগ্ৰস্তই ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande