তিনিচুকীয়া কৰ্কট কেন্দ্ৰৰ আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন
তিনিচুকীয়া, ১৫মাৰ্চ (হি.স.)। বহু প্ৰতীক্ষাৰ অন্তত দেওবাৰে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত তিনিচুকীয়া কৰ্কট কেন্দ্ৰৰ আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰা হয় । ভাৰ্চুৱেল মাধ্যমেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে তিনিচুকীয়া কৰ্কট কেন্দ্ৰৰ
তিনিচুকীয়া কৰ্কট কেন্দ্ৰৰ আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন


তিনিচুকীয়া, ১৫মাৰ্চ (হি.স.)। বহু প্ৰতীক্ষাৰ অন্তত দেওবাৰে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ চৌহদত অৱস্থিত তিনিচুকীয়া কৰ্কট কেন্দ্ৰৰ আনুষ্ঠানিক ভাবে শুভ উদ্ধোধন কৰা হয় ।

ভাৰ্চুৱেল মাধ্যমেৰে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমৃত শ্বাহে তিনিচুকীয়া কৰ্কট কেন্দ্ৰৰ শুভ উদ্বোধন কৰে । শুভ উদ্ধোধনী অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া চিকিৎসা মহাবিদ্যালয়ৰ অধীক্ষক মুকুল শৰ্মা, অধ্যক্ষ ৰূপক গগৈ,তিনিচুকীয়া জিলা আয়ুক্ত সুমিত ছাত্তাৱান,তিনিচুকীয়া আৰক্ষী অধীক্ষক মায়ংক কুমাৰ প্ৰমুখ্যে কৰি তিনিচুকীয়া জিলা খনৰ শীৰ্ষ পৰ্যায়ৰ প্ৰশাসনিক বিষয়া সকল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande