লামডিঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা
লামডিংত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা।
লামডিঙত ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা


হোজাই, ১৫ মাৰ্চ (হি.স.): হোজাই জিলাৰ লামডিঙত যোৱা কালি শনিবাৰে নিশা ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হয় । লামডিঙৰ লোৱাৰ বাবুপট্টিৰ শীতলা মন্দিৰৰ সমীপত ৰেলৱে কোৱাৰ্টাৰত দেবোজিত দে নামৰ ব্যক্তি গৰাকী ঘৰত এই অগ্নিকাণ্ডৰ সংঘটিত হয়।

স্থানীয় ৰাইজৰ সহযোগিতাত এই জুই নিয়ন্ত্ৰণ কৰা হয় । ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ দল ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande