বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিত পিএমজিএছৱাই ৰ অধীনত আঠটা পকী পথৰ আধাৰশিলা স্থাপন
বাক্সা, ১৫ মাৰ্চ (হি.স.)। বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিত পিএমজিএছৱাই ৰ অধীনত আঠটা পকী পথৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন কৰে শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গায়াৰীয়ে। আধাৰশিলা স্থাপন কৰি আনন্দিত হয় পাৰিষদ দিগন্ত গায়াৰী। আগন্তুক বিধানসভা
বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিত পিএমজিএছৱাই ৰ অধীনত আঠটা পকী পথৰ আধাৰশিলা স্থাপন


বাক্সা, ১৫ মাৰ্চ (হি.স.)। বাক্সাৰ শালবাৰী পৰিষদীয় সমষ্টিত পিএমজিএছৱাই ৰ অধীনত আঠটা পকী পথৰ আধাৰশিলা স্থাপন। আধাৰশিলা স্থাপন কৰে শালবাৰী পৰিষদীয় সমষ্টিৰ পাৰিষদ দিগন্ত গায়াৰীয়ে।

আধাৰশিলা স্থাপন কৰি আনন্দিত হয় পাৰিষদ দিগন্ত গায়াৰী। আগন্তুক বিধানসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভতো মন্তব্য কৰে পাৰিষদ দিগন্ত গয়াৰীয়ে।

কাৰ্যসূচীত কেবাগৰাকী দলীয় নেতা- কৰ্মীয়ে অংশগ্রহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande