
শিৱসাগৰত, ১৪ মাৰ্চ (হি.স.)। শিৱসাগৰত ঈদ উদযাপনৰ পৰা বিৰত থকাৰ সিদ্ধান্ত ।শিৱসাগৰৰ ষ্টেচন চাৰিআলি যুৱ জামাতৰ বৃহৎ সিদ্ধান্ত ।
অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গক হেৰুৱাৰ বাবে এই সিদ্ধান্ত গ্ৰহন । ইদুল ফিটৰ উপলক্ষে কেৱল দুই ৰাকাত ৱাজিব নামাজ অৰ্থাৎ ধৰ্মীয় পৰম্পৰা আদায় কৰাৰ বাহিৰে কোনো ধৰনৰ আলোক সজ্জা তথা মনোৰঞ্জন ধৰ্মী অনীষ্ঠানৰ বিৰত থাকিব।
প্ৰাণৰ শিল্পীজনৰ আত্মাৰ প্ৰতি শ্ৰদ্ধা জনাই এই সিদ্ধান্ত গ্ৰহন ষ্টেচন যুৱ জামাতৰ ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু