
কামৰূপ, ১৪ মাৰ্চ (হি.স.)। অমৃত ভাৰত ষ্টেচন হিচাপে স্বীকৃতিপ্ৰাপ্ত ৰঙিয়া জংচনৰ দুখ লগা দৃশ্য । এজাক ৰষুণতে উটি ভাঁহি যায় ষ্টেচনৰ দুই নম্বৰ প্লেটফৰ্ম। যিটো সময়ত ৰঙিয়া ৰেল জংচনক অমৃত ভাৰত ষ্টেচন হিচাপে স্বীকৃতি দিয়া হৈছে সেই সময়ত জংচনটোৰ এই পুতৌ লগা দৃশ্যই কি সুচাইছে।যাক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে এতিয়া ৰঙিয়াৰ সচেতন মহলত।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু