গোলাঘাটৰ আধাৰসত্ৰৰ ধোদৰ আলিৰ কাষত প্ৰতি শনিবাবে অনুষ্ঠি হব সাপ্তাহিক বজাৰ
গোলাঘাট, ১৪ মাৰ্চ (হি.স.)। গোলাঘাটৰ আধাৰসত্ৰৰ ধোদৰ আলিৰ কাষত প্ৰতি শনিবাবে অনুষ্ঠি হব সাপ্তাহিক বজাৰ ৷ এই কৃষক বজাৰখন আজি শুভাৰম্ভ কৰা হয় ৷ সাংবাদিক সমীৰণ দিগন্ত বৰাই আঁতধৰা অনুষ্ঠানৰ সম্বদ্ধনাৰ পিছত গোলাঘাটৰ বিশিষ্ট সমাজসেৱক তথা সাংবাদিক অপূৰ্ব বল
গোলাঘাটৰ আধাৰসত্ৰৰ ধোদৰ আলিৰ কাষত প্ৰতি শনিবাবে অনুষ্ঠি হব সাপ্তাহিক বজাৰ


গোলাঘাট, ১৪ মাৰ্চ (হি.স.)। গোলাঘাটৰ আধাৰসত্ৰৰ ধোদৰ আলিৰ কাষত প্ৰতি শনিবাবে অনুষ্ঠি হব সাপ্তাহিক বজাৰ ৷ এই কৃষক বজাৰখন আজি শুভাৰম্ভ কৰা হয় ৷ সাংবাদিক সমীৰণ দিগন্ত বৰাই আঁতধৰা অনুষ্ঠানৰ সম্বদ্ধনাৰ পিছত গোলাঘাটৰ বিশিষ্ট সমাজসেৱক তথা সাংবাদিক অপূৰ্ব বল্লভ গোশ্বামীঁকে নাৰিকল ভাঙি ফিটাকাটি উদ্বোধন কৰে ৷ সমাজকৰ্মী গকুল গোশ্বামীয়ে বন্তি প্ৰজ্বালন কৰে ৷ অনুষ্ঠানত বজাৰ সমিটিৰ

সভাপতি চন্দন গোশ্বামীয়ে কৃষক ৰাইজক থলুৱা উৎপাদিত সামগ্ৰী বিক্ৰী বাবে আহ্বান জনায় ; যুটীয়া সম্পাদক বৰুণ শইকীয়া ; ৰিতুপৰ্ণ শইকীয়া ; সমাজকৰ্মী বিপিন শইকীয়া ; প্ৰমোদ দত্ত ;ৰমেণ বৰা ; চফিকুল ইছলাম ; সত্যব্ৰত ৰাজখোৱা ; মাধৱ শইকীয়া ; বিপুলপাত্ৰ বৰা ; দিলিপ শইকীয়া আদি বজাৰসমিটিৰ সদস্য আৰু বহুসংখ্যক ৰাইজ উপস্থিত থাকে ৷

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande