শুক্লাই চেৰফাঙত ইএম গনেশ কছাৰীৰ কোটি টকীয়া আচনিৰ শুভাৰম্ভনি
তামুলপুৰ, ১৪ মাৰ্চ (হি.স.)। শুক্লাই চেৰফাঙত কোটি টকীয়া আচনিৰ শুভাৰম্ভনি কৰে বিটিচিৰ ইএম গনেশ কছাৰীয়ে। বিটিচিৰ তামুলপুৰ জিলাৰ শুক্লাই চেৰফাঙৰ ভোলাবটাবাৰীত জলসম্পদ বিভাগৰ আচনিৰ অধীনত গৰাখহনীয়া ৰোধৰ বাবে জিঅ'' বেগেৰে খহনীয়া ৰোধৰ বাবে এক কোটি টকীয়া আচন
শুক্লাই চেৰফাঙত ইএম গনেশ কছাৰীৰ কোটি টকীয়া আচনিৰ শুভাৰম্ভনি


তামুলপুৰ, ১৪ মাৰ্চ (হি.স.)। শুক্লাই চেৰফাঙত কোটি টকীয়া আচনিৰ শুভাৰম্ভনি কৰে বিটিচিৰ ইএম গনেশ কছাৰীয়ে। বিটিচিৰ তামুলপুৰ জিলাৰ শুক্লাই চেৰফাঙৰ ভোলাবটাবাৰীত জলসম্পদ বিভাগৰ আচনিৰ অধীনত গৰাখহনীয়া ৰোধৰ বাবে জিঅ' বেগেৰে খহনীয়া ৰোধৰ বাবে এক কোটি টকীয়া আচনিৰ কামৰ শুভাৰম্ভনি কৰে বিটিচিৰ ইএম গনেশ কছাৰীয়ে।

আনহাতে ইএম গৰাকীয়ে ঔবাৰীত ৰাজহুৱা শ্মশান গৃহৰো শুভাৰম্ভনি কৰে। প্ৰায় বিশ লাখ টকাৰে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰা আচনিখনৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠাত বৃহত্তৰ অঞ্চলটোৰ এক দিৰ্ঘদিনীয়া সমস্যাৰ সমাধান হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande