ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰিহাটৰ টুপিয়াত
শোণিতপুৰ, ১৪ মাৰ্চ (হি.স.)। ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰিহাটৰ টুপিয়াত। জামুগুৰিহাটৰ টুপিয়াত ধুমুহাত গছ বাগৰি ভাগিল ব্যৱসায়িক গৃহ। গুৰুত্বৰভাৱে আহত এজন। নিশা অহা এজাক ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰিহাটৰ টুপিয়াত। টুপিয়া ব্যৱসা
ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰিহাটৰ টুপিয়াত


শোণিতপুৰ, ১৪ মাৰ্চ (হি.স.)। ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰিহাটৰ টুপিয়াত।

জামুগুৰিহাটৰ টুপিয়াত ধুমুহাত গছ বাগৰি ভাগিল ব্যৱসায়িক গৃহ। গুৰুত্বৰভাৱে আহত এজন। নিশা অহা এজাক ধুমুহাই বিস্তৰ ক্ষতি সাধন কৰে জামুগুৰিহাটৰ টুপিয়াত। টুপিয়া ব্যৱসায়িক কেন্দ্ৰস্থলত থকা এডাল প্ৰকাণ্ড গছ ধুমুহাত বাগৰি পৰাৰ ফলত ব্যৱসায়িক কেন্দ্ৰস্থলত থকা কেইবাখনো দোকানৰ ক্ষতি হোৱাৰ লগতে এজন লোক গুৰুতৰভাৱে আহত হয়। গছ বাগৰি পৰাৰ ফলত এখন গ্লেমাৰ বাইকৰো ক্ষতি গ্ৰস্ত হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande