আগমনিত অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ বিশাল বাইক ৰেলী
অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ বিশাল বাইক ৰেলী।
আগমনিত অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ বিশাল বাইক ৰেলী


ধুবুৰী, ১৪ মাৰ্চ (হি.স.)। আগমনিত অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ বিশাল বাইক ৰেলী। অবিভক্ত গোৱালপাৰা আক্ৰাছুৰ কেন্দ্ৰীয় সমিতি আৰু জিলা সমিতিৰ যৌথ উদ্যোগত অনুষ্ঠিত কৰে বাইক ৰেলী। আগমনি মিনি ষ্টেডিয়ামৰ পৰা আৰম্ভ হোৱা ৰেলি সত্ৰশাল হৈ গোলকগঞ্জৰ প্ৰধানী খেলপথাৰত সামৰণি পৰিব।আগৰ চৰকাৰ আৰু বৰ্তমানৰ চৰকাৰ খনে বাৰে বাৰে কোঁচ ৰাজবংশী জনোষ্ঠী টোক প্ৰতাৰণা কৰি আহিছে।কোঁচ ৰাজবংশী জনোষ্ঠীৰ মানুহ অক্ষুণ্ণ হৈছে। চৰকাৰ খনৰ ওপৰত আস্থা হেৰুৱাই পেলাইছে।বাইক ৰেলীৰ জৰিয়তে কোঁচ ৰাজবংশী জনোষ্ঠীয় লোকক সজাগতাৰ সৃষ্টি আগন্তক বিধান সভা নিৰ্বাচনত উচিৎ প্ৰত্যুত্তৰ দিব ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande