গহপুৰত অসম মালাৰ ২৩ কিঃমি পথৰ আধাৰশিলা স্থাপন
বিশ্বনাথ, ১৩ মাৰ্চ (হি.স.)। গহপুৰত অসম মালাৰ ২৩ কিঃমি পথৰ আধাৰশিলা স্থাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকী ৷ আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰ্ছুৱেলী ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গহপুৰৰ ২৩ কিঃমিঃ অসম মালাৰ আঁচনি পথৰ শুভ উদ্বোধন কৰে ৷ গহপুৰ চহৰৰ পৰা ধেনুধৰা পৰা
গহপুৰত অসম মালাৰ ২৩ কিঃমি পথৰ আধাৰশিলা স্থাপন


বিশ্বনাথ, ১৩ মাৰ্চ (হি.স.)। গহপুৰত অসম মালাৰ ২৩ কিঃমি পথৰ আধাৰশিলা স্থাপন কৰে দেশৰ প্ৰধানমন্ত্ৰী গৰাকী ৷ আজি দেশৰ প্ৰধানমন্ত্ৰীয়ে ভাৰ্ছুৱেলী ৰাজ্যৰ অন্য প্ৰান্তৰ লগতে গহপুৰৰ ২৩ কিঃমিঃ অসম মালাৰ আঁচনি পথৰ শুভ উদ্বোধন কৰে ৷ গহপুৰ চহৰৰ পৰা ধেনুধৰা পৰা হাৱাজান লৈকে নিৰ্মাণ হব লগীয়া পথটোৰ প্ৰায় ৮০ কোটি টকাৰ ব্যয়ৰে এটা বছৰৰ ভিতৰতে সম্পূৰ্ণ হব ৷

উক্ত পথটো ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বিকল্প পথ হিচাপে ব্যৱহাৰ হব ৷ সেইবাবে গহপুৰত অনুষ্ঠিত এক উদ্বোধনী সভাত গহপুৰৰ বিধায়ক উৎপল বৰাকে ধৰি বহু সংখ্যক ৰাইজ উপস্থিত থাকে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande