লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক
মৰিগাঁও, ১৩ মাৰ্চ (হি.স.)। লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আজি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছ সহ দুটাকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় । ধৃত সৰবৰাহকাৰ
লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান, ড্ৰাগছসহ দুই সৰবৰাহকাৰী আটক


মৰিগাঁও, ১৩ মাৰ্চ (হি.স.)। লাহৰীঘাটত আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান অব্যাহত আছে। আজি লাহৰীঘাট থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া আদিত্য বৰাৰ নেতৃত্বত যোৱা এটি আৰক্ষীৰ দলে অভিযান চলাই ড্ৰাগছ সহ দুটাকৈ সৰবৰাহকাৰী গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ।

ধৃত সৰবৰাহকাৰী দুটা হল আজিবুৰ ৰহমান আৰু মস্তোফা হাবিবুল্লাহ। ধৃত সৰবৰাহকাৰী দুটাৰ পৰা ১৪.৯৮ গ্ৰাম ড্ৰাগছ জব্দ কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande