মৈৰাবাৰীৰ তাঁতীকটা পথাৰত মৃত নৱজাতক শিশু উদ্ধাৰ
মৰিগাঁও, ১২ মাৰ্চ (হি.স.)। মৈৰাবাৰীৰ তাঁতীকটা পথাৰত মৃত নৱজাতক শিশু উদ্ধাৰ। নৱজাতক শিশুটোক এটা কাৰ্টুনত ভৰাই পৰিত্যক্ত অৱস্থাত পথাৰত উদ্ধাৰ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে শি
মৈৰাবাৰীৰ তাঁতীকটা পথাৰত মৃত নৱজাতক শিশু উদ্ধাৰ


মৰিগাঁও, ১২ মাৰ্চ (হি.স.)। মৈৰাবাৰীৰ তাঁতীকটা পথাৰত মৃত নৱজাতক শিশু উদ্ধাৰ। নৱজাতক শিশুটোক এটা কাৰ্টুনত ভৰাই পৰিত্যক্ত অৱস্থাত পথাৰত উদ্ধাৰ কৰে স্থানীয় ৰাইজে। ইতিমধ্যে মৈৰাবাৰী আৰক্ষীয়ে ঘটনা স্থলীত উপস্থিত হৈ ঘটনা সন্দৰ্ভত তদন্ত আৰম্ভ কৰাৰ লগতে শিশুটোৰ মৃতদেহ উদ্ধাৰ কৰে।

শিশুটোৰ মৃতদেহটো কাৰ্টুনত ভৰাই কৰা উক্ত দুস্কাৰ্যৰ সৈতে কোনো চিকিতসালয় কতৃপক্ষ জৰিত থকাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande