মুছলপুৰ
বাক্সা, ১১ মাৰ্চ (হি.স.)। বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তবৰ্তী অঞ্চলৰ ৰাইজে ক্ষোভ উজাৰিলে সংবাদ মাধ্যমৰ আগত। পুৰ্বৰ ৬২ নং বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভুপেন বড়ো আৰু সমষ্টি পুন নিৰ্ধাৰণ পিছত ৪৩ নং তামুলপুৰ বিধান সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে এদিনো
মুছলপুৰ


বাক্সা, ১১ মাৰ্চ (হি.স.)। বাক্সা জিলাৰ ভাৰত-ভুটান সীমান্তবৰ্তী অঞ্চলৰ ৰাইজে ক্ষোভ উজাৰিলে সংবাদ মাধ্যমৰ আগত। পুৰ্বৰ ৬২ নং বৰমা বিধান সভা সমষ্টিৰ বিধায়ক ভুপেন বড়ো আৰু সমষ্টি পুন নিৰ্ধাৰণ পিছত ৪৩ নং তামুলপুৰ বিধান সমষ্টিৰ বিধায়ক জলেন দৈমাৰীয়ে এদিনো খৱৰ নললে ভাৰত ভুটান সীমান্তবৰ্তী অঞ্চল বডিকাদঙা অঞ্চলৰ ৰাইজৰ ।

তেও লোকৰ মুলত সমস্যা জলজীৱন ,জলসিঞ্চন আৰু হাতী মানুহৰ সংঘাট ।হাতী মানুঅহৰ সংঘাটৰ ফলত ইতিমধ্যে কেবাগৰাকীও লোকৰ মৃত্যু হৈছে ,উজাগৰি নিশা কটাব লাগে সৰ্বসাধাৰণ ৰাইজে। ইমানৰ পিছতো এই সকলৰ খৱৰ লবলৈ নাহিল বিধায়ক দুগৰাকীয়ে। সেয়েহে বডিকাদঙা অঞ্চলৰ ৰাইজে এইবাৰ এজন ভাল প্ৰাৰ্থী বিচাৰি ক্ষোভ উজাৰিলে সংবাদ মাধ্যমৰ আগত।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande