কলিয়াবৰত অসম যুৱ পৰিষদৰ বিশাল বাইক ৰেলীৰে সংকল্প যাত্ৰা
নগাঁও, ১১ মাৰ্চ (হি.স.)। কলিয়াবৰত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ বিশাল বাইক ৰেলীৰে সংকল্প যাত্ৰা। মন্ত্ৰী কেশৱ মহন্তই বাইক চলাই অংশ ল''লে সংকল্প যাত্ৰাত। নিৰ্বাচনৰ প্ৰাকক্ষণত বিশাল বাইক ৰেলীৰে কলিয়াবৰত শক্তি প্ৰদৰ্শন অগপৰ ভাতৃ সংগঠনৰ। ডাঃ টি আও ম
কলিয়াবৰত অসম যুৱ পৰিষদৰ বিশাল বাইক ৰেলীৰে সংকল্প যাত্ৰা


নগাঁও, ১১ মাৰ্চ (হি.স.)। কলিয়াবৰত অগপৰ ভাতৃ সংগঠন অসম যুৱ পৰিষদৰ বিশাল বাইক ৰেলীৰে সংকল্প যাত্ৰা। মন্ত্ৰী কেশৱ মহন্তই বাইক চলাই অংশ ল'লে সংকল্প যাত্ৰাত।

নিৰ্বাচনৰ প্ৰাকক্ষণত বিশাল বাইক ৰেলীৰে কলিয়াবৰত শক্তি প্ৰদৰ্শন অগপৰ ভাতৃ সংগঠনৰ। ডাঃ টি আও মিনি ষ্টেডিয়ামৰ পৰা আৰম্ভ কৰা এই বিশাল বাইক ৰেলী পাৰ হৈ যায় কলিয়াবৰৰ বিভিন্ন অঞ্চলৰ মাজেৰে। প্ৰায় এহেজাৰ যুৱকে এই বিশাল বাইক ৰেলীত অংশগ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande