কাজলগাঁৱত অনুষ্ঠিত বিপিএফ দলৰ ৯৩ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা
চিৰাং, ১১ মাৰ্চ (হি.স.)। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত হৈছে বিপিএফ দলৰ ৯৩ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা । ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ দলৰ এই কাৰ্য্যনিৰ্বাহক সভা বিশেষ গুৰুত্বপূৰ্
কাজলগাঁৱত অনুষ্ঠিত বিপিএফ দলৰ ৯৩ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা


চিৰাং, ১১ মাৰ্চ (হি.স.)। ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত চিৰাং জিলাৰ কাজলগাঁৱত অনুষ্ঠিত হৈছে বিপিএফ দলৰ ৯৩ সংখ্যক কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহক সভা ।

ৰাজ্যৰ বিধানসভাৰ নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত বিপিএফ দলৰ এই কাৰ্য্যনিৰ্বাহক সভা বিশেষ গুৰুত্বপূৰ্ণ বুলি বিবেচিত হৈছে । ইতিমধ্যেই কাজলগাঁৰ আলাইখুংগ্ৰী পথাৰত উপস্থিত হৈ বিপিএফ দলৰ শীৰ্ষ নেতা কৰ্মী সকল । এই সভাত আগন্তুক নিৰ্বাচন সম্পৰ্কে দলটোৰ ৰণনীতিৰ ওপৰত বিস্তৃত চৰ্চা কৰিব।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande