চিআইএছএফ ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত জোৱানৰ সুৰক্ষামূলক কলা প্ৰদৰ্শন
গোলাঘাট, ১১ মাৰ্চ (হি.স.)। চিআইএছএফ ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত জোৱানৰ সুৰক্ষামূলক কলা প্ৰদৰ্শন । নুমলীগড়ত কুকুৰৰ আকৰ্ষণীয় খেল প্ৰদৰ্শন জোৱানৰ । স্থানীয় ৰাইজে চি আই এছ এফৰ ট্ৰেইন কুকুৰৰ এনে আকৰ্ষণীয় খেল দেখি মন্ত্ৰমুগ্ধ হৈ পৰে । নুমলীগড় শোধন
চিআইএছএফ ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত জোৱানৰ সুৰক্ষামূলক কলা প্ৰদৰ্শন


গোলাঘাট, ১১ মাৰ্চ (হি.স.)। চিআইএছএফ ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত জোৱানৰ সুৰক্ষামূলক কলা প্ৰদৰ্শন । নুমলীগড়ত কুকুৰৰ আকৰ্ষণীয় খেল প্ৰদৰ্শন জোৱানৰ । স্থানীয় ৰাইজে চি আই এছ এফৰ ট্ৰেইন কুকুৰৰ এনে আকৰ্ষণীয় খেল দেখি মন্ত্ৰমুগ্ধ হৈ পৰে ।

নুমলীগড় শোধনাগাৰৰ চি আই এছ এফ কলনিত সুৰক্ষামূলক দিশত অগ্ৰনি ভূমিকা লোৱা চি আই এছ এফ ৰ ৫৭ সংখ্যক প্ৰতিষ্ঠা দিৱসত দেখা গ’ল সুৰক্ষাৰ দিশত নিযুক্ত হৈ থকা কুকুৰ আকৰ্ষনীয় প্ৰদৰ্শনৰ দৃশ্য । একেদৰে জোৱানসকলেও দাঙি ধৰিলে বিভিন্ন প্ৰদৰ্শন । বিভিন্ন কাৰ্য্যসূচীৰ মাজতে সুৰক্ষাৰ দিশত আগবঢ়োৱা প্ৰদৰ্শন সমূহে সকলোকে আকৰ্ষণ কৰে ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande