তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানত সাংবাদিকৰ স্বাস্থ্য পৰীক্ষা শিৱিৰ
শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে অহা এক এপ্ৰিলত ১৫০ৰ সম্পূৰ্ণ কৰি ১৫১বছৰত পদাৰ্পন কৰিব। এই উপলক্ষে মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখন
উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে অহা এক এপ্ৰিলত ১৫০ৰ সম্পূৰ্ণ কৰি ১৫১বছৰত পদাৰ্পন কৰি


উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে অহা এক এপ্ৰিলত ১৫০ৰ সম্পূৰ্ণ কৰি ১৫১বছৰত পদাৰ্পন কৰি


শোণিতপুৰ, ১১ মাৰ্চ (হি.স.)। উত্তৰ পূৰ্বাঞ্চলৰ একমাত্ৰ মানসিক স্বাস্থ্য প্ৰতিষ্ঠান তেজপুৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আঞ্চলিক মানসিক স্বাস্থ্য প্ৰতিষ্ঠানে অহা এক এপ্ৰিলত ১৫০ৰ সম্পূৰ্ণ কৰি ১৫১বছৰত পদাৰ্পন কৰিব। এই উপলক্ষে মানসিক স্বাস্থ্য প্ৰতিষ্ঠানখনে যোৱা ৫মাৰ্চত ডেৰশ বছৰীয়া জয়ন্তীৰ উদ্বোধনী অনুষ্ঠান অনুষ্ঠিত কৰাৰ পিছত আজি স্বাস্থ্য প্ৰতিষ্ঠানখনে আজি এক বিনামূলীয়া স্বাস্থ্য শিৱিৰ অনুষ্ঠিত কৰে।

শোণিতপুৰ জাৰ্ণেলিষ্ট ইউনিয়নৰ সভাগৃহত জিলাখনৰ সাংবাদিক আৰু তেখেত সকলৰ ওপৰত নিৰ্ভৰশীল সকলৰ বাবে এক সজাগতা আৰু তেজৰ সকলো পৰীক্ষা শিবিৰৰ আয়োজন কৰে। শিবিৰত প্ৰতি গৰাকী সাংবাদিক আৰু তেখেত সকলৰ ওপৰত নিৰ্ভৰশীল সকলৰ তেজৰ নমুনা সংগ্ৰহ কৰা হয়। শিবিৰত স্বাস্থ্য প্ৰতিষ্ঠানখনৰ জ্যেষ্ঠ চিকিৎসক ডাঃ যাদৱ কিশোৰ ফুকন, ডাঃ বন্দনা টিমুংপী, ডাঃ এছিয়ান বায়ক প্ৰমুখ্যে চিকিৎসক সকলে অংশ গ্ৰহণ কৰে।

হিন্দুস্থান সমাচাৰ / সমীৰ কাৰ


 rajesh pande