
ধুবুৰী, ১০ মাৰ্চ (হি.স.)। গৌৰীপুৰত কালি নিশা চোৰাং গৰু বিৰুদ্ধে অভিযান। অভিযানত ১০ টাকৈ চোৰাং গৰু ভৰ্তি বাহনসহ তিনিজনক আটক। দুমৰদহ ১৭নং ৰাষ্ট্ৰীয় ঘাইপথত গৌৰীপুৰ আৰক্ষীৰ অভিযান।
পশ্চিম বংগৰ পৰা চাৰিচকীয়া মালবাহী বাহনৰে চোৰাং গৰু কেইটা সৰবৰাহ চেষ্টা।চোৰাং গৰু সৰবৰাহ কৰা বাহন খনৰ নম্বৰ এ এছ ১৯ এ চি ৮৯৯৭।সৰ্বৰাহকাৰী কেইজনৰ নাম ঠিকনা এতিয়াও জানিব পৰা নাই। আৰক্ষীয়ে অধিক তথ্যৰ বাবে তদন্ত অব্যাহত ৰাখিছে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ