ৰূপহীহাটৰ লৰিৰমুখ বজাৰত ডকাইতৰ লুতপাত
লক্ষীমপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ৰূপহীহাটৰ লৰিৰমুখ বজাৰত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা। আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত ডকাইতিৰ অভিযোগ। ১৫-২০ জনীয়া ডকাইতৰ দলে নগদ ধনসহ প্ৰায় কোটি টকাৰ সা-সামগ্ৰী লুটপাট কৰাৰ অভিযোগ। কাৱৈম
ৰূপহীহাটৰ লৰিৰমুখ বজাৰত ডকাইতৰ লুতপাত


লক্ষীমপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। ৰূপহীহাটৰ লৰিৰমুখ বজাৰত নিশা চাঞ্চল্যকৰ ডকাইতি কাণ্ডৰ ঘটনা। আছাম গ্লাছ এণ্টাৰপ্ৰাইজ নামৰ ব্যৱসায়ীক প্ৰতিষ্ঠানত ডকাইতিৰ অভিযোগ। ১৫-২০ জনীয়া ডকাইতৰ দলে নগদ ধনসহ প্ৰায় কোটি টকাৰ সা-সামগ্ৰী লুটপাট কৰাৰ অভিযোগ। কাৱৈমাৰীৰ তহলদাৰী আৰক্ষীৰ সন্মুখতেই নিশা দোকান খনত লুটপাট কৰাৰ অভিযোগ।

পূৰ্বৰে পৰাই দোকান খনৰ ভূমিক কেন্দ্ৰ কৰি চলি আছিল মালিক পক্ষ আৰু দোকানৰ স্বত্বাধিকাৰীৰ মাজত সংঘাত দুয়ো পক্ষই তলা ওলোমাই ৰাখিছিল দোকান খনত। ঘটনাস্থলীত নিশাই কাৱৈমাৰী আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande