জামুগুৰিহাটত পুনৰ গৰু চোৰৰ সন্ত্ৰাস
শোণিতপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। জামুগুৰিহাটত পুনৰ গৰু চোৰৰ সন্ত্ৰাস৷ ওপৰকুৰি গাঁৱত সংঘটিত গৰু চুৰিৰ ঘটনা৷ কৃষকৰ গোহালীৰ পৰা নিশা চুৰি কৰে দুজনীকৈ গাই গৰু ৷ গাওখনৰ ভোলা হাজৰিকা আৰু দেৱ শইকীয়াৰ ঘৰৰ গোঁহালীৰ পৰা চোৰে চুৰ কৰি নিয়ে উন্নত প্ৰজাতিৰ দুজ
জামুগুৰিহাটত পুনৰ গৰু চোৰৰ সন্ত্ৰাস


শোণিতপুৰ, ২৭ ফেব্ৰুৱাৰী (হি.স.)। জামুগুৰিহাটত পুনৰ গৰু চোৰৰ সন্ত্ৰাস৷ ওপৰকুৰি গাঁৱত সংঘটিত গৰু চুৰিৰ ঘটনা৷ কৃষকৰ গোহালীৰ পৰা নিশা চুৰি কৰে দুজনীকৈ গাই গৰু ৷ গাওখনৰ ভোলা হাজৰিকা আৰু দেৱ শইকীয়াৰ ঘৰৰ গোঁহালীৰ পৰা চোৰে চুৰ কৰি নিয়ে উন্নত প্ৰজাতিৰ দুজনী গাই গৰু৷

গাখীৰ দি থকা দুজনীকৈ গাইগৰু এইদৰে চুৰি কৰি নিয়াত চিন্তিত হৈ পৰিছে গৰাকীদ্বয়৷

উল্লেখ্য যে জামুগুৰিহাটৰ ভিন্ন প্ৰান্তত সঘনাই সংঘটিত হৈ আহিছে গৰু চুৰিৰ ঘটনা৷

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande