মাখিবাহা সভা মহোৎসৱত নিশা উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস
নলবাৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। নলবাৰী জিলাৰ টিহুৰ ঐতিয্যমণ্ডিত মাখিবাহা সভা মহোৎসৱত নিশা উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । ১৯২ সংখ্যক মাখিবাহা সভা মহোৎসৱত উপস্থিত হৈ মাখিবাহা হৰিমন্দিৰত আশীষ গ্ৰহণ কৰে দুই মন্ত্
মাখিবাহা সভা মহোৎসৱত নিশা উপস্থিত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস


নলবাৰী, ২৬ ফেব্ৰুৱাৰী (হি.স.)।

নলবাৰী জিলাৰ টিহুৰ ঐতিয্যমণ্ডিত মাখিবাহা সভা মহোৎসৱত নিশা উপস্থিত হয় মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী আৰু মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস । ১৯২ সংখ্যক মাখিবাহা সভা মহোৎসৱত উপস্থিত হৈ মাখিবাহা হৰিমন্দিৰত আশীষ গ্ৰহণ কৰে দুই মন্ত্ৰীয়ে ।

উল্লেখযোগ্য য়ে ১৮ ফেব্ৰুৱাৰীৰ পৰা ৯ দিনীয়াকৈ অনুষ্ঠিত হৈছে মাখিবাহা হৰিমন্দিৰৰ বাকৰিত সভা মহোৎসৱ।এই উপলক্ষত লোকে লোকাৰণ্য হৈ পৰিছে সভা মহোৎসৱ স্থলী ।

উল্লেখ্য যে আজি সামৰণি পৰিব ১৯২ সংখ্যক মাখিবাহা সভা মহোৎসৱ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande