৩ মাৰ্চত কাজিৰঙাত চৰকাৰী অৰ্কিড উদ্যান উদ্বোধন কৰিব মুখ্যমন্ত্ৰী ড° শৰ্মাই
গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ৩ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চৰকাৰী অৰ্কিড উদ্যান উদ্বোধন কৰিব । উক্ত অনুষ্ঠানত ভাৰত-বিদেশৰ পৰাও পৰ্যটকসকল উপস্থিত থাকিব। প্ৰায় ₹১৬ কোটিৰো অধিক ব্যয়ৰে নিৰ্মিত এই অৰ্ক
Image of the Government Orchid Garden in Kaziranga National Park. काजीरंगा नेशनल पार्क आर्किड उद्यान।


গুৱাহাটী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই অহা ৩ মাৰ্চত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত চৰকাৰী অৰ্কিড উদ্যান উদ্বোধন কৰিব । উক্ত অনুষ্ঠানত ভাৰত-বিদেশৰ পৰাও পৰ্যটকসকল উপস্থিত থাকিব।

প্ৰায় ₹১৬ কোটিৰো অধিক ব্যয়ৰে নিৰ্মিত এই অৰ্কিড বাগিচাখন আন্তঃৰাষ্ট্ৰীয় মানদণ্ডত উন্নত কৰা হৈছে। অসমৰ চহকী জৈৱ বৈচিত্ৰ্য, বিশেষকৈ অৰ্কিড প্ৰজাতিৰ প্ৰদৰ্শনৰ লক্ষ্যৰে উদ্যানখন।

এই নতুন আকৰ্ষণে কাজিৰঙাৰ পৰ্যটন বৃদ্ধিৰ লগতে দেশী-বিদেশী পৰ্যটকৰ সংখ্যা বৃদ্ধি কৰিব বুলি আশা কৰিছে ৰাজ্য চৰকাৰে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande