উজনি মাজুলী কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উৎসৱ-২০২৬ ৰ আয়োজন
মাজুলী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। উজনি মাজুলী কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উৎসৱ-২০২৬ ৰ আয়োজন । উজনি মাজুলী কেন্দ্ৰীয় আলি আ়য়ে লৃগাং উৎসৱ উদযাপন সমিতিৰ প্ৰস্তুতি তুংগত। অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ''ব উজনি
উজনি মাজুলী কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উৎসৱ-২০২৬ ৰ আয়োজন


মাজুলী, ২৬ ফেব্ৰুৱাৰী (হি.স.)। উজনি মাজুলী কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উৎসৱ-২০২৬ ৰ আয়োজন । উজনি মাজুলী কেন্দ্ৰীয় আলি আ়য়ে লৃগাং উৎসৱ উদযাপন সমিতিৰ প্ৰস্তুতি তুংগত। অহা ২৭ ফেব্ৰুৱাৰীৰ পৰা দুদিনীয়া বৰ্ণাঢ্য সাংস্কৃতিক কাৰ্যসূচীৰে অনুষ্ঠিত হ'ব উজনি মাজুলী কেন্দ্ৰীয় আলি আঃয়ে লৃগাং উৎসৱ-২০২৬ ৰ কাৰ্যসূচী।

উক্ত কাৰ্যসূচী সাফল্যমণ্ডিত কৰি তোলাৰ বাবে সকলো জাতি-জনগোষ্ঠী তথা সকলো ৰাইজৰ পূৰ্ণ সহযোগিতা কামনা কৰে উজনি মাজুলীবাসী ৰাইজ উদযাপন সমিতিৰ সভাপতি ডাঃ নিবাৰন দলেই ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ


 rajesh pande