যোৰহাটত মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিলে ৪০ খন আসনত নতুন মুখৰ কথা
যোৰহাট, ২৫ ফেব্ৰুৱাৰী (হি.স.)। অসমৰ মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই বুধবাৰে যোৰহাটত ঘোষণা কৰে যে আগন্তুক বিধানসভা নির্বাচনত ৪০খন আসনত এইবাৰ নতুন মুখক স্থান দিয়া হব ৷ বহাগ বিহুৰ পূৰ্বে ৰাজ্যৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে বুলিও তেওঁ উল্লেখ কৰে।
ম
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001