হাজোৰ নৱনিৰ্মিত চাৰিলেনযুক্ত পথত ভয়াৱহ পথ দুৰ্ঘটনা: গুৰুতৰ ভাবে আহত এজন
কামৰূপ, ২৪ ফেব্ৰুৱাৰী (হি.স.)। কামৰূপৰ হাজোৰ অভয়পুৰৰ নিকটৱৰ্তী চাৰিলেণ্ডযুক্ত পথত এক ভয়াবহ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আজি বিয়লিৰ ভাগত সংঘটিত এই পথ দুৰ্ঘটনাত চাইকেল আৰোহী এগৰাকী লোকক এখন গ্ৰেণ্ড আইটেন গাড়ীয়ে খুণ্ডিওৱাৰ ফলত গুৰুতৰ ভাবে আহত হৈছে লোকজন।
Invalid email address
संपर्क करें
हिन्दुस्थान समाचार बहुभाषी न्यूज एजेंसी एम-6, भगत सिंह मार्केट, गोल मार्केट, नई दिल्ली- 110001