
হাইলাকান্দি, ২৪ ফেব্ৰুৱাৰী (হি.স.)। হাইলাকান্দিত জব্দ ৩৫০০ বটল কাফ ছিৰাপ। হাইলাকান্দি জিলাৰ ৰামনাথপুৰ আৰক্ষী চকীৰ নাকা চেকিঙত জব্দ হৈছে কফ ছিৰাপ খিনি।
হাইলাকান্দিৰ পৰা মিজোৰাম পণ্য সামগ্ৰী লৈ যোৱাৰ সময়ত এখ্ন এ এছ ০১ এল চি ১৪২৬ বাহনৰ ভিতৰত আৰক্ষীয়ে চেকিং কৰি পণ্য সামগ্ৰীৰ লগতে অবৈধ বাবে কেইবা কাৰ্টন কফ ছিৰাপ চকুত পৰিছে তেতিয়া ৰামনাথপুৰ আৰক্ষীয়ে এইখ্ন ট্ৰাখৰ পৰা প্ৰায় ৩৫০০ বটল কাফ ছিৰাপৰ লগতে ট্ৰাকখ্ন ও জব্দ কৰে আৰক্ষীয়ে। লগতে ট্ৰাক চালক মাতিয়াশ এ চাংমা আৰু সহ চালক সিলমান মাৰাকক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে ৰামনাথপুৰ আৰক্ষীয়ে।
হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ