
গোলাঘাট, ২৩ ফেব্ৰুৱাৰী (হি.স.)। বৰপথাৰৰ ওপৰ লাংঠাত বাঘৰ আক্ৰমণত দুই ভাতৃ আহত । এখন বগৰী বাৰীত বাঘে আক্ৰমণ কৰে পৰেশ বৰগোহাঁই নামৰ লোকজনক । বগৰী চিঙি থকা অৱস্থাত হাত, ডিঙি আৰু পেটত আক্ৰমণ কৰে বাঘটোৱে । সম্প্ৰতি বগৰী বাৰীতে আছে বাঘটো । আতংকিত জনসাধাৰণ।
বৰপথাৰ বনবিভাগ ঘটনাস্থলীত উপস্থিত হোৱাৰ আগতে আৰু এজনক আক্ৰমণ বাঘটোৰ । গুৰুতৰভাৱে আহত দেবানন্দ বৰগোহাঁই ।
হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু