শিৱসাগৰৰ এটি ৰোডৰ ডেম্পৰ পৰা বৃহৎ সংখ্যক চুৰি সামগ্ৰী জব্দ আৰক্ষীৰ
শিৱসাগৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। নিশা শিৱসাগৰ আৰক্ষীৰ ডেম্পত অভিযান। শিৱসাগৰৰ এটি ৰোডত শিৱসাগৰত আৰক্ষীয়ে ডেম্পটোৰ পৰা জব্দ কৰে বৃহৎ সংখ্যক চুৰি সামগ্ৰী। ঔম প্ৰকাশ মাহতো নামৰ ব্যক্তিজনৰ ডেম্পত এই সমূহ চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। বৃহৎ সংখ্যক
শিৱসাগৰৰ এটি ৰোডৰ ডেম্পৰ পৰা বৃহৎ সংখ্যক চুৰি সামগ্ৰী জব্দ আৰক্ষীৰ


শিৱসাগৰ, ২৩ ফেব্ৰুৱাৰী (হি.স.)। নিশা শিৱসাগৰ আৰক্ষীৰ ডেম্পত অভিযান। শিৱসাগৰৰ এটি ৰোডত শিৱসাগৰত আৰক্ষীয়ে ডেম্পটোৰ পৰা জব্দ কৰে বৃহৎ সংখ্যক চুৰি সামগ্ৰী।

ঔম প্ৰকাশ মাহতো নামৰ ব্যক্তিজনৰ ডেম্পত এই সমূহ চুৰি সামগ্ৰী উদ্ধাৰ কৰে আৰক্ষীয়ে। বৃহৎ সংখ্যক কাঁহ পিতলৰ সামগ্ৰী,অস্কিজেন চিলিণ্ডাৰ,মন্দিৰৰ সামগ্ৰী জব্দ কৰে আৰক্ষীয়ে। আৰক্ষী নগদ একলাখ টকাও জব্দ কৰে

জয়সাগৰ অঞ্চলৰ লোহা চুৰিৰ ঘটনাৰ পম খেদি আৰক্ষীয়ে ঔম প্ৰকাশ মহতু নামৰ ব্যক্তিজনৰ ডেম্পত অভিযান চলাই উদ্ধাৰ কৰে এই বৃহৎ সংখ্যক চুৰি সামগ্ৰী। আৰক্ষীয়ে তিনিজন ব্যক্তি ক্ৰমে ঔম প্ৰকাশ মাহাতো তেওঁৰ ডেম্পত কাম কৰা সন্তোষ মাহাতো আৰু ৰেকিব হুছেইন নামৰ চুৰিকাণ্ড সংঘটিত কৰা এজন লোকক আটক কৰে। আৰক্ষীয়ে তিনিওকে অধিক তথ্যৰ বাবে সোধপোচ চলায় আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande