লামডিং সমষ্টিৰ এখন গাঁওৰ ৰাইজ ওলাই আহিছে বিধায়ক শিৱু মিশ্ৰৰ বিৰুদ্ধে
লামডিং সমষ্টিৰ এখন গাঁওৰ ৰাইজ ওলাই আহিছে বিধায়ক শিৱু মিশ্ৰৰ বিৰুদ্ধে
লামডিং সমষ্টিৰ এখন গাঁওৰ ৰাইজ ওলাই আহিছে বিধায়ক শিৱু মিশ্ৰৰ বিৰুদ্ধে

হোজাই, ২৩ ফেব্ৰুৱাৰী (হি.স.)। উন্নয়ন উন্নয়ন সৰ্বত্ৰে উন্নয়ন কৰিছে এইখন বিজেপি চৰকাৰে কিন্ত লামডিং সমষ্টিৰ এখন গাঁওৰ ৰাইজ ওলাই আহিছে বিধায়ক শিৱু মিশ্ৰৰ বিৰুদ্ধে। শিৱু মিশ্ৰ ১০ বছৰ কাৰ্যকালত উন্নয়নে ঢুকি নাপালে লামডিং সমষ্টিৰ এজাৰবাৰীৰ বন- বেগেনাহাটী ৮ নং ৱাৰ্ড।

আজিলৈকে নিৰ্মান নহল পথ। জৰাজীণ্ পথে জ্বলাকলা খোৱাইছে ৰাইজক নাই বিশুদ্ধ খোৱাপানী ব্যবস্তা। পথৰ দুৰৱস্থাৰ কাৰণে ছাত্র ছাত্ৰী স্কুল অহা যোৱাত অসুবিধা লগতে এই পথেৰে এম্বুলেন্স সোমাব নোৱাৰে ৰাইজৰ অভিযোগ ১০ বছৰৰ ভিতৰত বিধায়ক শিৱু মিশ্ৰ মাত্র দুইবাৰে গাঁওখনত আহিছে ।এই বাৰ নিৰ্বাচিত পৰিবৰ্তনৰ হুংকাৰ গাঁওৰ ৰাইজৰ।

হিন্দুস্থান সমাচাৰ / কিশোৰ মিশ্ৰ

 rajesh pande