সোণাৰিৰ ১ নং ৰহন পথাৰ গাওঁত নাহৰফুটুকী পিঞ্জৰাৱদ্ধ
চৰাইদেউ, ২২ ফেব্ৰুৱাৰী (হি.স.)। সোণাৰিৰ ১ নং ৰহন পথাৰ গাওঁত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী ৷ বন বিভাগে স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাৱদ্ধ নাহৰফুটুকীটো ৷ কেইটামান দিনৰ পূৰ্বে উক্ত স্থানতে এজন ব্যক্তিক এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰাৰ লগতে অঞ্চলটোত গৰু ছাগলী নিধ
সোণাৰিৰ ১ নং ৰহন পথাৰ গাওঁত নাহৰফুটুকী পিঞ্জৰাৱদ্ধ


চৰাইদেউ, ২২ ফেব্ৰুৱাৰী (হি.স.)। সোণাৰিৰ ১ নং ৰহন পথাৰ গাওঁত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী ৷ বন বিভাগে স্থাপন কৰা পিঞ্জৰাত পিঞ্জৰাৱদ্ধ নাহৰফুটুকীটো ৷ কেইটামান দিনৰ পূৰ্বে উক্ত স্থানতে এজন ব্যক্তিক এটা নাহৰফুটুকী বাঘে আক্ৰমণ কৰাৰ লগতে অঞ্চলটোত গৰু ছাগলী নিধন কৰি চলাই আহিছিল সন্ত্ৰাস ৷

নাহৰফুটুকী বাঘটো চাবলৈ ভিৰ কৰিছেহি অগনন ৰাইজে ৷ ঘটনাস্থলীত বন বিভাগৰ এটা দ'ল উপস্থিত হৈ উদ্ধাৰ কৰিছে নাহৰফুটুকীটো ।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande