লংকাত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ
হোজাই, ২২ ফেব্ৰুৱাৰী (হি.স.)। লংকাত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। অত্য়াধিক ড্ৰাগছ সেৱন কৰি যুৱক জনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ। লংকা ৰেল ষ্টেচনৰ সমীপত হাতত ড্ৰাগছৰ চিৰিঞ্জ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো লংকা তিনি নম্বৰ ৱাৰ্ডৰ আইনুল
লংকাত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ


হোজাই, ২২ ফেব্ৰুৱাৰী (হি.স.)। লংকাত ড্ৰাগছ আসক্ত যুৱকৰ মৃতদেহ উদ্ধাৰ। অত্য়াধিক ড্ৰাগছ সেৱন কৰি যুৱক জনৰ মৃত্যু হোৱাৰ সন্দেহ আৰক্ষীৰ। লংকা ৰেল ষ্টেচনৰ সমীপত হাতত ড্ৰাগছৰ চিৰিঞ্জ লৈ থকা অৱস্থাত উদ্ধাৰ মৃতদেহটো। মৃতদেহটো লংকা তিনি নম্বৰ ৱাৰ্ডৰ আইনুল হুছেইন বুলি চিনাক্ত। যুৱকজনে দীৰ্ঘদিন ধৰি ড্ৰাগছ তথা অন্য নিচাজাতীয় দ্ৰব্য সেৱন কৰি অহাৰ কথা স্বীকাৰ কৰিছে পিতৃয়ে।

ইতিমধ্যে ঘটনাস্থলীত লংকা ৰেল আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো।অঞ্চলটোত ড্ৰাগছৰ অবাধ প্ৰচলনে যুৱ প্ৰজম্মক বেয়াকৈ খতিগ্ৰস্থ কৰা বুলি আৰক্ষী স্বীকাৰ কৰিছে।ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান অব্য়াহত আছে।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande