সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা ভূপেন বৰাক বিজেপি দললৈ আদৰণি শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ
গোলাঘাট, ২২ ফেব্ৰুৱাৰী (হি.স.)। সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা ভূপেন বৰাক বিজেপি দললৈ আদৰণি শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ । ''কংগ্ৰেছ দলত কাম কৰা-কষ্ট কৰা নেতাৰ স্থান নাই ! তেল মৰা আৰু ডাঙৰ নেতাৰ পুতেকহে থাকিব পাৰে কংগ্ৰেছত । '' কংগ্ৰেছ দলক এইদৰে কটাক্
সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা ভূপেন বৰাক বিজেপি দললৈ আদৰণি শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ


গোলাঘাট, ২২ ফেব্ৰুৱাৰী (হি.স.)। সদ্য প্ৰাক্তন কংগ্ৰেছ নেতা ভূপেন বৰাক বিজেপি দললৈ আদৰণি শ্ৰম মন্ত্ৰী ৰূপেশ গোৱালাৰ ।

'কংগ্ৰেছ দলত কাম কৰা-কষ্ট কৰা নেতাৰ স্থান নাই ! তেল মৰা আৰু ডাঙৰ নেতাৰ পুতেকহে থাকিব পাৰে কংগ্ৰেছত । ' কংগ্ৰেছ দলক এইদৰে কটাক্ষ কৰে ডুমডুমাৰ বিধায়ক তথা মন্ত্ৰী ৰূপেশ গোৱালাৰ । বোকাখাত চাহ মজদুৰ সংঘৰ সোণালী জয়ন্তী উৎসৱৰ পতাকা উত্তোলন আৰু উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহন মন্ত্ৰী ৰূপেশ গোৱালাৰ ।

অনুষ্ঠানৰ আদৰণি সমিতিৰ সভাপতি তথা মন্ত্ৰী অতুল বৰাই চাহ জনগোষ্ঠীৰ সৰ্বাঙ্গীন বিকাশৰ বাবে বৰ্তমানৰ চৰকাৰে হাতত লোৱা আঁচনি সমূহৰ ফলপ্ৰসু হোৱা বুলি উল্লেখ কৰে ।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande