জম্মু-কাশ্মীৰৰ কিষ্টৱাৰত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষ
জম্মু, ২২ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ এক দুৰ্গম বনাঞ্চলত দেওবাৰে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়। বিষয়াসকলে জনোৱা মতে, দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত সেনা জোৱানে চাট্ৰ
जम्मू-कश्मीर के किश्तवाड़ में सुरक्षा बलों और आतंकवादियों के बीच मुठभेड़


জম্মু, ২২ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ কিস্তৱাৰ জিলাৰ এক দুৰ্গম বনাঞ্চলত দেওবাৰে নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘৰ্ষৰ সৃষ্টি হয়।

বিষয়াসকলে জনোৱা মতে, দুজন সন্দেহযুক্ত সন্ত্ৰাসবাদীৰ উপস্থিতিৰ তথ্য লাভ কৰাৰ পিছত সেনা জোৱানে চাট্ৰু বনাঞ্চলত তালাচী অভিযান আৰম্ভ কৰাৰ পৰাই এই এনকাউণ্টাৰ আৰম্ভ হয়। তেওঁলোকে কয় যে ঘেৰাও কৰা অঞ্চলটোলৈ অতিৰিক্ত বাহিনী প্ৰেৰণ কৰা হৈছে আৰু অধিক তথ্যৰ বাবে অপেক্ষা কৰা হৈছে।

हिन्दुस्थान समाचार / মনোজ কুমাৰ শইকীয়া


 rajesh pande