বোকাখাতত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান
গোলাঘাট, ২২ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ বোকাখাতত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান আয়োজন কৰা হয়। বোকাখাতৰ পশ্চিম গড়মূৰত অনুষ্ঠিত মন কি বাত কাৰ্যসূচীত উপস্থিত থাকে শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালা । ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দাদু টায়েৰ বা
বোকাখাতত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান


গোলাঘাট, ২২ ফেব্ৰুৱাৰী (হি.স.)। গোলাঘাট জিলাৰ বোকাখাতত প্ৰধানমন্ত্ৰীৰ মন কী বাত অনুষ্ঠান আয়োজন কৰা হয়। বোকাখাতৰ পশ্চিম গড়মূৰত অনুষ্ঠিত মন কি বাত কাৰ্যসূচীত উপস্থিত থাকে শ্ৰমমন্ত্ৰী ৰূপেশ গোৱালা ।

ৰাজ্যিক বিজেপিৰ কাৰ্যনিৰ্বাহক সদস্য দাদু টায়েৰ বাসগৃহত অনুষ্ঠিত হয় প্ৰধানমন্ত্ৰীৰ ৰেডিঅ’ কাৰ্যসূচী মন কী বাত অনুষ্ঠান। অনুষ্ঠানত শতাধিক বিজেপি কৰ্মীৰ উপস্থিতিত মন কি বাত শুনিলে মন্ত্ৰী ৰূপেশ গোৱালাই ।

---------------

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande