যোৰহাটত ১৬ মাৰ্চৰ পৰা অনুষ্ঠিত হব সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা
যোৰহাট, ২২ফেব্ৰুৱাৰী (হি.স.)। উত্তৰ পূৱ যোৰহাটৰ কল্যাণী খেল পথাৰত ডেকা গিৰি সাংস্কৃতিক সংঘ আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আয়োজন হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। অহা ১৬ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ''ব এই ভাওনা প্ৰতিযোগিতা l প্ৰতিযোগিতাত ম
যোৰহাটত ১৬ মাৰ্চৰ পৰা অনুষ্ঠিত হব সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা


যোৰহাট, ২২ফেব্ৰুৱাৰী (হি.স.)। উত্তৰ পূৱ যোৰহাটৰ কল্যাণী খেল পথাৰত ডেকা গিৰি সাংস্কৃতিক সংঘ আৰু যোৰহাটবাসী ৰাইজৰ সহযোগত আয়োজন হৈছে সদৌ অসম ভিত্তিত ভাওনা প্ৰতিযোগিতা। অহা ১৬ মাৰ্চৰ পৰা ২২ মাৰ্চলৈ অনুষ্ঠিত হ'ব এই ভাওনা প্ৰতিযোগিতা l প্ৰতিযোগিতাত মূখ্য অতিথি হিচাপে উপস্থিত থাকিব মূখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা l

আনহাতে দুই হাজাৰ মহিলাৰ দ্বাৰা পৰিৱেশন কৰা হ'ব দিহানাম l আজি প্ৰতিযোগিতা খনৰ লাইখুঁটা স্থাপন কৰা হয় মাংগলিক কাৰ্যসূচীৰে l

উপস্থিত থাকে যোৰহাট ৰ কল্যাণী বাসী ৰাইজৰ লগতে যোৰহাট বিধায়ক হিতেন্দ নাথ গোস্বামী আৰু সিদ্ধাংকু অংকুৰ বৰুৱা l

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande