লাওখোৱা অভয়াৰণ্যৰ পূব ফুটালজাৰত বন বিভাগৰ উচ্ছেদ অভিযান
নগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)।ৰূপহীহাটৰ লাওখোৱা অভয়াৰণ্যৰ পূব ফুটালজাৰত বন বিভাগৰ উচ্ছেদ অভিযান। চৰকাৰী ভূমিত অবৈধ ভাৱে কৰা বড়ো খেতিত চলিল বন বিভাগৰ উচ্ছেদ অভিযান। কেইবা হাজাৰ চৰকাৰী ভূমিত খেতি বাতি কৰি ফিচাৰী আদিৰে চলাইছে অবৈধ বেদখল। হাতী লগাই গ
লাওখোৱা অভয়াৰণ্যৰ পূব ফুটালজাৰত বন বিভাগৰ উচ্ছেদ অভিযান


নগাঁও, ২১ ফেব্ৰুৱাৰী (হি.স.)।ৰূপহীহাটৰ লাওখোৱা অভয়াৰণ্যৰ পূব ফুটালজাৰত বন বিভাগৰ উচ্ছেদ অভিযান।

চৰকাৰী ভূমিত অবৈধ ভাৱে কৰা বড়ো খেতিত চলিল বন বিভাগৰ উচ্ছেদ অভিযান।

কেইবা হাজাৰ চৰকাৰী ভূমিত খেতি বাতি কৰি ফিচাৰী আদিৰে চলাইছে অবৈধ বেদখল।

হাতী লগাই গড়াজান বনাঞ্চলিক বিষয়াই বড়ো ধানৰ খেতি বিনষ্ট কৰে চৰকাৰী ভূমিৰ পৰা।

মাহজুৰা শ্ৰম কৰাৰ পিছতহে ৰুইছিল কটিয়া ইমান দিনে গড়াজান আঞ্চলিক বন বিষয়াই ৰসহ্যজনক ভাৱে দেখিও নেদেখাৰ বাওঁ জুৰিছিল।

শিঙিমাৰী খণ্ড বন বিষয়াৰ কাৰ্যালৰ চৌপাশে অবৈধ ভাৱে ফিচাৰী কৰি খেতি বাতি কৰি অভয়াৰণ্যৰ জলাশয়ত নিতৌ মাছ মৰা কৰা কাৰ্য্য চলাই আহিছে যদিও ইমানদিনে ৰহস্যজনক ভাৱে নীৰৱ দৰ্শক বন বিষয়া কৰ্মচাৰী সকল।

হিন্দুস্থান সমাচাৰ / প্ৰকাশ ডেকা


 rajesh pande