নগাঁৱত সংঘটিত অগ্নিকাণ্ডত বিদ্যুৎৰ তাৰ চিঙি ভস্মীভূত বাসগৃহ
নগাঁৱ, ২১ ফেব্ৰুৱাৰী (হি.স.)। নিশা নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। বিদ্যুৎৰ তাৰ চিঙি ভস্মীভূত হয় বাসগৃহ। জুইৰ লেলিহান শিখাৰ পৰা কথমপি ৰক্ষা পৰে এটা পৰিয়ালটোৰ কেইবাজনো সদস্য। নগাঁও চহৰৰ সমীপৰ মাহৰুল ভোটাইআটিত সংঘটিত হৈছে উক্ত ঘটনা। ফাৰুক শ্বেখ নামৰ লোক
নগাঁৱত সংঘটিত অগ্নিকাণ্ডত বিদ্যুৎৰ তাৰ চিঙি ভস্মীভূত বাসগৃহ


নগাঁৱ, ২১ ফেব্ৰুৱাৰী (হি.স.)। নিশা নগাঁৱত ভয়ংকৰ অগ্নিকাণ্ড। বিদ্যুৎৰ তাৰ চিঙি ভস্মীভূত হয় বাসগৃহ। জুইৰ লেলিহান শিখাৰ পৰা কথমপি ৰক্ষা পৰে এটা পৰিয়ালটোৰ কেইবাজনো সদস্য। নগাঁও চহৰৰ সমীপৰ মাহৰুল ভোটাইআটিত সংঘটিত হৈছে উক্ত ঘটনা।

ফাৰুক শ্বেখ নামৰ লোক জনৰ ঘৰত নিশা বিদ্যুতৰ তাৰ চিঙি জ্বলি উঠে বাসগৃহটো। পিছত ঘটনাস্থলীত অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও বাসগৃহটোৰ সকলো বয়-বস্তু জ্বলি চাই হয়।

হিন্দুস্থান সমাচাৰ / নিৰ্মলেন্দু


 rajesh pande