জম্মু-কাশ্মীৰৰ কুপৱাৰাত এলঅ’চিৰ কাষত পাকিস্তানৰ যুদ্ধবিৰতি উলংঘা
শ্ৰীনগৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত শুকুৰবাৰে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে। বিষয়াসকলে জনোৱা মতে, কুপৱাৰা (উত্তৰ কাশ্মীৰ)ৰ নাওগাম ছেক্টৰৰ টিএমজি (টুট মাৰ গালি) অঞ্চলত দুপৰীয়াৰ ভাগত যুদ্ধবিৰতি উলং
जम्मू-कश्मीर के कुपवाड़ा में एलओसी पर पाक ने सीजफायर का किया उल्लंघन


শ্ৰীনগৰ, ২০ ফেব্ৰুৱাৰী (হি.স.)। জম্মু-কাশ্মীৰৰ কুপৱাৰা জিলাত নিয়ন্ত্ৰণ ৰেখাৰ কাষত শুকুৰবাৰে পাকিস্তানে যুদ্ধবিৰতি উলংঘা কৰে।

বিষয়াসকলে জনোৱা মতে, কুপৱাৰা (উত্তৰ কাশ্মীৰ)ৰ নাওগাম ছেক্টৰৰ টিএমজি (টুট মাৰ গালি) অঞ্চলত দুপৰীয়াৰ ভাগত যুদ্ধবিৰতি উলংঘাৰ ঘটনা সংঘটিত হয় যেতিয়া পিঅ’কে পোষ্টে ভাৰতীয় পোষ্টত ক্ষুদ্ৰ অস্ত্ৰৰে গুলীচালনা কৰে। ইয়াৰ কিছু সময়ৰ পিছতে গুলীচালনা বন্ধ হৈ পৰে। তেওঁলোকে লগতে কয় যে কোনো লোকৰ প্ৰাণ হেৰুৱাব পৰা নাই আৰু আঘাতপ্ৰাপ্ত হোৱা নাই।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande