অসম লোকভৱনত মিজোৰাম আৰু অৰুণাচল প্ৰদেশ প্ৰতিষ্ঠা দিৱস উদযাপন
গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। অসম লোক ভৱনত আজি মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যত্ব দিৱস উদযাপন কৰিব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য। গুৱাহাটীৰ জি এম চি এইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই অনুষ্ঠান।
অসম লোকভৱনত মিজোৰাম আৰু অৰুণাচল প্ৰদেশ প্ৰতিষ্ঠা দিৱস উদযাপন


গুৱাহাটী, ২০ ফেব্ৰুৱাৰী (হি.স.)। অসম লোক ভৱনত আজি মিজোৰাম আৰু অৰুণাচল প্ৰদেশৰ ৰাজ্যত্ব দিৱস উদযাপন কৰিব। এই অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য।

গুৱাহাটীৰ জি এম চি এইচৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হ’ব এই অনুষ্ঠান। অনুষ্ঠানত বিভিন্ন বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। এই অনুষ্ঠানৰ উদ্দেশ্য হৈছে উত্তৰ-পূবৰ এই দুখন ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে তেওঁলোকৰ ঐতিহাসিক বিকাশ, সাংস্কৃতিক ঐতিহ্য আৰু ৰাষ্ট্ৰ নিৰ্মাণৰ ক্ষেত্ৰত অৱদানৰ ওপৰত আলোকপাত কৰা।

हिन्दुस्थान समाचार / অৰৱিন্দ


 rajesh pande